Skip to main content

President's Message

Maulana Abu Bakkar Siddique

আমাৰ উদ্দেশ্য আৰু লক্ষ্য : জমিয়ত উলামা-ই-হিন্দ, ১৯১৯ চনত প্ৰতিষ্ঠিত, ভাৰতীয় মোছলমানসকলৰ অন্যতম বিশিষ্ট সামাজিক, ধৰ্মীয় আৰু শিক্ষামূলক সংগঠন। এই সংগঠনটোৱে ইছলামী মূল্যবোধৰ আধাৰত সমাজত নৈতিকতা, একতা আৰু শান্তিৰ বাতাবৰণ গঢ়ি তুলিবলৈ সদায় আগ্ৰহী। আমাৰ মূল উদ্দেশ্য হ'ল সমাজৰ পৰা কুসংস্কাৰ, অজ্ঞতা আৰু অনৈতিকতাক আঁতৰাই এক জ্ঞানপূৰ্ণ, শৃংখলিত আৰু সুস্থ সবল সমাজ গঢ়ি তোলা। জমিয়ত বিশেষকৈ শিশুসকল, কণ কণ লৰা-ছোৱালীৰ ভিতৰত ইছলামিক বুনিয়াদী শিক্ষাৰ বিস্তাৰ ঘটাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শিক্ষা হ'ল উন্নয়নৰ মূল চাবিকাঠি, আৰু সেইদিশে আগবাঢ়ি যোৱা হৈছে আধুনিক শিক্ষাৰ লগতে ধৰ্মীয় মূল্যবোধকো সমান গুৰুত্ব দিয়া।

Key Features

Masjid Management

Register and manage masjids with complete details and statistics

Maktab Administration

Organize maktabs within masjids and track educational programs

Teacher Portal

Dedicated access for teachers to manage student records and classes

Student Records

Comprehensive student management with attendance and progress tracking